লেখিকা বিদ্যা নাহৰ নিজৰ পৰিয়ালৰ সৈতে আমেৰিকাত বসবাস কৰে ৷ তেখেতে যোগাসন, হিন্দী, আৰু মৰাঠী ভাষাৰ লগতে শাকাহাৰী ব্যন্জনৰ বিষয়ে শিকায় ৷ তেখেতে পঢ়িবলৈ, লিখিবলৈ আৰু যোগাসন কৰিবলৈ ভাল পায় ৷
নীলাক্ষী ফুকনে আমেৰিকাৰ নৰ্থকেৰ'লাইনাৰ স্টেট ইউনিভাৰ্ছিটিত শিক্ষা প্ৰদান কৰি আছে ৷ হিন্দী-উৰ্দু ভাষা-সাহিত্যৰ লগতে দক্ষিণ এছিয়াৰ সাহিত্য আৰু সংস্কৃতিৰ সৈতে জড়িত পাঠ্যক্ৰমৰ শিক্ষাদান কৰে ৷ লিখা-পঢ়াৰ লগতে বিহু নাচি আৰু গান গাই ভালপোৱা নীলাক্ষী ফুকনে বিভিন্ন ব্যন্জন বনাইয়ো বহু আনন্দ পায় ৷